আজি ৪ ফেব্রুৱাৰী, মাঘ মাহৰ ২০ তাৰিখ
দেওবাৰ : কৃষ্ণা নৱমী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই
মেষ : পৰিৱেশ অস্থিৰ হ’ব পাৰে৷ নতুন সংযোগ পাব পাৰে৷ ঘৰচ বৃদ্ধি, বস্তু লাভৰ যোগ, ভ্রমণত শুভ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
বৃষ : খৰচ বৃদ্ধি৷ শুভ কর্মৰ যোগ৷ শৰীৰ মধ্যম৷ খৰচ বৃদ্ধি৷ কর্মক্ষেত্রত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷
মিথুন : মাতৃৰ শুভ৷ শৰীৰৰ মধ্যম৷ সন্মান বৃদ্ধি৷ কর্মক্ষেত্রত শুভ৷ আয় বৃদ্ধি৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৮৷
কর্কট : মনৰ দৃঢ়তা বৃদ্ধি৷ কর্মব্যস্ততা বৃদ্ধি৷ শত্রুৰ পৰা সাৱধান৷ শিৱ মন্দিৰত পূজা কৰক৷ দুখীয়াক বস্ত্র দান কৰক৷ শুভ ৰং মুগা, শুভ সংখ্যা ৪৷
সিংহ : কর্মত মধ্যম, নিজা সম্পদৰ ওপৰত নজৰ ৰাখক৷ বন্ধুৰ পৰা সতর্ক হওক, ভ্রমণত কষ্ট৷ পাৰিবাৰিক বুজাবুজিৰ অভাৱ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
কন্যা : নিজৰ স্থিতি অটুট ৰাখিব৷ কর্মত মধ্যম৷ শৰীৰৰ যত্ন লওক৷ বন্ধুৰ পৰা উৎসাহ পাব৷ ভ্রমণত কষ্ট৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩৷
তুলা : কর্মত শুভ৷ ধৈর্যৰ সুফল৷ বিদ্যাত শুভ৷ ভ্রমণত শুভ৷ বিদ্যাৰ প্রতি যত্ন লওক৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
বৃশ্চিক : পদোন্নতিৰ যোগ৷ ধনৰ লালসা বৃদ্ধি, পিছবেলা যান–বাহনৰ পৰা সাৱধান হওক৷ অর্থ নাশ হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
ধনু : কৃতিত্ব লাভৰ যোগ৷ শিল্পী, বিজ্ঞানী, ৰাজনীতিবিদৰ সন্মান বৃদ্ধি৷ বিদ্যা–বুদ্ধিত শুভ৷ শুভ ৰং মাখন, শুভ সংখ্যা ৪৷
মকৰ : আশা কৰা মতে সুফল পাব৷ আনে অতিষ্ঠ কৰিব পাৰে৷ ভ্রমণত শুভ৷ ধর্মগুৰুৰ দর্শনে আনন্দিত কৰিব৷ ধনৰ চিন্তা বৃদ্ধি৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কুম্ভ : ধন আগমনৰ যোগ৷ শত্রু নাশ৷ জ্ঞানী লোকৰ পৰা উৎসাহ পাব৷ কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮৷
মীন : অর্থ লাভ, ভ্রমণত শুভ৷ সময় অপচয় নকৰিব৷ মানসিক স্থিতি দুর্বল৷ সম্পদ লাভ৷ শুভ ৰং মুগা, শুভ সংখ্যা ২৷