নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

#AdvantageAssam2 : অসমত ৭ ষ্টাৰ ওবেৰয় হোটেল নিৰ্মাণ ৰিলায়েঞ্চৰ

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ অসমৰ সম্ভাৱনা বিশাল আৰু সীমাহীন। ৰিলায়াঞ্চে অসমত ২টা বায়’ গেছ ইউনিট, কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ মেগা ফুড পাৰ্ক, ডাবল ৰিলায়েন্স খুচুৰা উপস্থিতি. অসমত ৭ ষ্টাৰ ওবেৰয় হোটেল নিৰ্মাণ কৰিব। এই সকলোবোৰে ১০ হাজাৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। অনাগত বছৰবোৰত ৰিলায়েঞ্চে অহা ৫ বছৰত ৫টা মূল ক্ষেত্ৰত ৫০,০০০ কোটিৰো অধিক বিনিয়োগ কৰিব। আগন্তুক বছৰবোৰত অসম প্ৰযুক্তিগত স্বৰ্গ হিচাপে পৰিচিত হ’ব। AI কেৱল Artificial Intelligence নহয় অসম বুদ্ধিমত্তা হ’ব। প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ বাবে দিছে এক নতুন মন্ত্ৰ- Act East, Act Fast আৰু Act First। সমগ্ৰ দক্ষিণ-পূব এছিয়াই বৃদ্ধিৰ সুযোগৰ বাবে অসমৰ ফালে চাব বুলি কয় মুকেশ আম্বানিয়ে।

You might also like