নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ আদানি গ্ৰুপে Aerocity, CGD, Cement আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিস্তৃত অসমত ৫০০০০ কোটি বিনিয়োগ কৰিব। এই কথা ঘোষণা গৌতম আদানিৰ। তেওঁ লগতে কয় ভাইব্ৰেণ্ট গুজৰাটৰ পৰা আৰম্ভ হোৱা এই সকলো বিনিয়োগ সন্মিলন দেশৰ বিভিন্ন ৰাজ্যৰ বৃদ্ধিৰ অনুঘটক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় অসমৰ ভৱিষ্যতক নতুন ৰূপ দিছে।
You might also like