নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা-কাৰ্বি আংলং এলেকাত দৃশ্যমান Cuon alpinus নামৰ জন্তুৰ উপস্থিতি

কাজিৰঙা-কাৰ্বি আংলং এলেকাত কেমেৰাত উপস্থিতি ধৰা পৰিছে এটা জন্তু। কেমেৰাত ধৰা পৰা Cuon alpinus বৈজ্ঞানিক নামৰ জন্তুবিধৰ সকলোৰে বাে চিনাকি নাম হৈছে ৰাংকুকুুৰ৷

নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত সিদ্ধহস্ত ৰাংকুকুৰ উপস্থিতিয়ে অসমৰ সম্পূৰ্ণ জৈৱ-বৈচিত্ৰ্যলৈ এক নতুন মাত্ৰা আনিছে।

Niyomiya Barta Desk, Date of Published, 3 July, 2025

You might also like