BTCৰ শালবাৰী পৰিষদীয় সমষ্টিত উত্তপ্ত পৰিস্থিতি
BTCৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ৯৯নং খণ্ড বুনমাঝা গাঁৱত উত্তপ্ত পৰিস্থিতি।
ৰাইজে কৰিলে ভোট বৰ্জন।
বুনমাঝা গাৱৰ ৪২৩নং ভোটকেন্দ্ৰটো মথনগুৰি সমষ্টিৰ মৈৰাঝাৰ ব্ৰহ্মময়ী হাইস্কুলত স্থানান্তৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
উক্ত কেন্দ্ৰত ১১৩৪ ভোটাৰ আছে।
নিয়মীয়া বাৰ্তা, আনন্দবাজাৰ, ২২ ছেপ্টেম্বৰ