দুধনৈত অঘটন, ধাননিত উদ্ধাৰ মৃত হাতী পোৱালি
- দুধনৈত অঘটন।
- দিঘলদাৰাত পোৱালি হাতীৰ মৃতদেহ উদ্ধাৰ৷
- ধাননি পথাৰৰ কাষতে উদ্ধাৰ হৈছে মৃত হাতী পোৱালিটো ৷
- হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷
- বনৰক্ষীৰ দল ৰাওনা হৈছে ঘটনাস্থলীলৈ ৷
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ