শিলপুখুৰীৰ পৰা ৩১.৩৯ গ্ৰাম ড্ৰাগছসহ এজনক আটক
মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ নিশা মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত চলা অভিযানত মাজ শিলপুখুৰীৰ মঃ হাৰুন ৰচিদৰ ঘৰৰ পৰা ৩১. ৩৯ গ্ৰাম ড্ৰাগছ জব্দ কৰা লগতে ড্ৰাগছ বৱসায়ী হাৰুন ৰচিদক গ্ৰেপ্তাৰ কৰে ৷
নিয়মীয়া বাৰ্তা, বাৰপূজীয়া, ২৪ ডিচেম্বৰ