আজিৰ দিনটোৰ ৰাশিফল
আজি ২৮ মার্চ, চ’ত মাহৰ ১৩ তাৰিখ
শনিবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : পুষ্যা, যাত্রা : নাই
মেঘ : ঘৰুৱা ডন্নতিৰ চেষ্টাতবাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রত শুভ৷ বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব৷ দাম্পত্যত শুভ৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ২৷
বৃষ : আর্থিক ডন্নতিৰ ক্ষেত্রত বাধা পাব পাৰে৷ ঘৰুৱা দিশত দুশ্চিন্তা৷ বাটে–পথে ফুৰোঁতে সতর্ক হওক৷ বিদ্যাত মধ্যম, শৰীৰৰ দুর্বলতা৷ শুভ ৰং পার্পল৷ শুভ সংখ্যা ৬৷
মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱেবাস্তৱ ক্ষেত্রত খোজ পেলাহ ডপকৃত হ’ব৷ সৰু–সুৰা কথাত মানসিকভাৱে প্রভাৱ পেলাব৷বন্বুূৰ সহায়, আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
কর্কট : পূর্বদিনৰ তুলনাত আজি বহু পৰিমাণে যোগাযোগৰ ডন্নত৷ শৰীৰ ভালে যাব৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ বাবে শৰীৰ কিছু আহুকাল হ’ব৷ বিদ্যাত মধ্যম৷ ভ্রমণ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷
সিংহ : কোনো আকস্মিকবাধাবা ক্লেশে লগ ধৰিব পাৰে৷ সহজে যি কৰোঁ বুলি থিৰাং কৰিছিল, সেয়া সম্পূর্ণ কৰাত বাধা পাব৷ বাকী দিশত মধ্যম৷ দাম্পত্যত নতুন চিন্তা থাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷
কন্যা : আজি কর্মক্ষেত্রত ভাবমূর্তি ঠিক থাকিব যদিও কোনো কাৰণত চিন্তা হ’ব৷ শতভিষাৰ জাতকৰ কোনো ডন্নত যোগাযোগত লাভ৷ বিদ্যাত মধ্যম, ভ্রমণত মধ্যম৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৯৷
তুলা : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ বিদ্যাত ৰত্নৰ ফল লাভ৷ শৰীৰৰ আহুকালৰ সম্ভাৱনা৷ দাম্পত্যত ভালেহ৷ কর্মত আনন্দ, ভ্রমণত অমনোযোগী নহ’ব শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
বৃশ্চিক : দিনটোৰ সময়ৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হ’ব পাৰে৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ পূর্বষাৰ জাতক–জাতিকাই সাৱধান থাকিলে ভাল৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷
ধনু : উন্নত দিনৰ অনুমানৰ যোগাযোগত মধ্যম৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত মধ্যম, শিক্ষক, বুদ্ধিজীৱীৰ আনন্দ৷ শুভ ৰং পিংক৷ শুভ সংখ্যা ৯৷
মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন দিব৷ ভ্রমণত সষ্টম হওক কিন্তু কোনো প্রিয় বন্বুূ–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্য সন্মান লাভ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷
কুম্ভ : ৰুক্ষ চিন্তাত অত্যধিক খৰচ হ’লেও আয় থাকিব৷ পঢ়া–শুনাত মনোযোগ দিব৷ দুষ্টৰ সংগহ বিপদ আনিব পাৰে৷ লোহা, লক্কৰ, হস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ৷ পদমর্যাদা লাভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
মীন : আর্থিক যোগাযোগত কিছুদিন ডপকৃত হোৱাৰ লগতে খৰচত মতান্তৰ হোৱা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ সৰু–সুৰা বার্তাক গুৰুতৰ বুলি নল’ব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং পার্পল, শুভ সংখ্যা ৬৷