জুবিন গাৰ্গ হত্যা গোচৰক কেন্দ্ৰ কৰি পুনৰ আইনী জটিলতাত পৰিল শেখৰজ্যোতি গোস্বামী। আজি বিয়লি প্ৰায় ৩ বজাত আদালতে নাকচ কৰে শেখৰজ্যোতিৰ জামিন আবেদন।
ফলত জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত আটাইকেইজনৰ ওপৰত আইনী চাপ অধিক বৃদ্ধি পালে।
ইফালে মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন ফাষ্ট ট্ৰেক আদালতে আজি নাকচ কৰিছে।
ডিজিটেল ডেস্ক, ২৯ মে’