- নলবাৰীৰ বালিতাৰাত লোমহৰ্ষক ঘটনা।
- একেডাল ৰছীৰে চিপ ললে প্ৰেমিক যুগলে।
- বালিতাৰাৰ পথাৰৰ ফালে থকা এক জংঘলৰ এডাল গছত চিপ লয় প্ৰেমিক যুগলে।
- প্ৰেমিক উজ্বল কলিতা আৰু প্ৰেমিকা নিশা কলিতা কলিতাই ল’লে এই চৰম সিদ্ধান্ত।
- উজ্বল কলিতাৰ ঘৰ বালিতাৰাত আৰু নিশা কলিতাৰ ঘৰ নলবাৰী জিলাৰ ৰঙাফালি গাঁৱত।
- নিশা কলিতা দশম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।
- নিশা বাৰ বজাৰ পিছত প্ৰেমিক যুগল সন্ধানহীন হৈ আছিল।
- পুৱা পথাৰত গৰু এৰাল দিবলৈ আহি প্ৰেমিক যুগলক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে।
ডিজিটেল ডেস্ক, ২৫ জুন