হাজো-দৌলাশাল ঘাইপথৰ ঘোগাত ভয়ংকৰ পথ দুৰ্ঘটনা
- মুকালমুৱাৰ বদনিত ভয়াৱহ পথ দুৰ্ঘটনা ৷
- হাজো-দৌলাশাল ঘাইপথৰ ঘোগা বদনিত দুৰ্ঘটনা ৷
- গুৱাহাটীলৈ মাছ কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথত ৷
- বাহনখনত থকা দহগৰাকীতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয়৷
- আহত মাছ ব্যৱসায়ীসকলক স্থানীয় লোকে উদ্ধাৰ কৰি মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
- কেইবাজনৰো আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷
- মুকালমুৱাৰ বৰলিয়াপাৰৰ পৰা মৎস্য ব্যৱসায়ীয়ে গুৱাহাটীলৈ মাছ কঢ়িয়াই নি থাকোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
- দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS-25FC-8483
ডিজিটেল ডেস্ক, ১ জুলাই