- মোৰাঝাৰত ভুৱা পাছপ’ৰ্টসহ আটক এজন।
- ভুৱা পাছপ’ৰ্টেৰে গৈছিল বহিঃৰাষ্ট্ৰলৈ।
- হোজাইৰ মোৰাঝাৰত ভুৱা পাছপ’ৰ্টসহ আটক এজন।
- ধৃত লোকজন মোৰাঝাৰৰ চাৰিংপথাৰৰ জামাল উদ্দিন।
- জালিয়াতি কৰি পাছপ’ৰ্ট প্ৰস্তুত কৰিছিল জামাল উদ্দিনে।
- দীৰ্ঘদিন ধৰি উক্ত পাছপ’ৰ্টখন ব্যৱহাৰ কৰি আহিছিল লোকজনে।
- আনকি জালি পাছপ’ৰ্টেৰে বহিঃৰাষ্ট্ৰলৈ গৈ চাকৰিও কৰিছিল জামাল উদ্দিনে।
- অৱশেষত জালি পাছপ’ৰ্ট সন্দৰ্ভত খবৰ লাভ কৰে আৰক্ষীয়ে।
- তাৰ পাছত আৰক্ষীৰ তদন্তত ধৰা পৰে পাছপ’ৰ্ট জালিয়াতিৰ তথ্য।
- মোৰাঝাৰ আৰক্ষীয়ে 123/26 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ২ জুলাই