নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটকালত সংকটত বিশ্ব স্বাস্থ্য সংস্থা

বিশ্বজুৰি ক’ৰোনা ভাইৰাছ ক’ভিড–১৯ৰ সংহাৰ ব্যাহত থকাৰ সময়তে অর্থসংকটত পৰাৰ দিশে অগ্রসৰ হৈছে বিশ্ব স্বাস্থ্য সংস্থা (হু)৷ আমেৰিকা যুক্তৰাষ্ট্রই গোলকীয় সংগঠনটোক ছৰি আগ্বঢ়াই অহা অনুদান ন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ পিছতে হু–ৰ অভ্যন্তৰত হাহাকাৰ লাগিছে৷ আমেৰিকাৰ পৰা লাভ কৰি অহা জন পৰিমাণৰ ধনৰ ঘাটি কিদৰে পূৰণ কৰ্বি পাৰি, তাক লৈ সংস্থাটোৱে াপক অভিযান আৰম্ভ কৰিছে৷ হস্পত্বিাৰে এই সন্দর্ভত সহযোগী ৰাষ্ট্রসমূহলৈ সংস্থাৰ মহাপ্র্বন্ধক টি এ গোবৰেয়েছেছে কয় যে আমেৰিকা যুক্তৰাষ্ট্রই অনুদান ন্ধ কৰা লি ঘোষণা কৰাৰ পিছত বিত্তীয় ঘাটি পূৰণৰ অর্থে কি ৱস্থা গ্রহণ কৰ্বি পাৰি, তাকে লৈ সমীক্ষা আৰম্ভ  হৈছে৷ লগতে অনুদান ন্ধই আনি দিয়া বিত্তীয় সংকটে সংস্থাৰ কাম–কাজত কিদৰে প্রভাৱ পেলায়, তাৰো পর্যালোচনা চলিছে লি তেওঁ সদৰী কৰে৷ তেওঁ লগতে কয় যে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে বিশ্বজুৰি যুঁজ এখন চলি থকাৰ সময়ত আমেৰিকাই অনুদান ন্ধ কৰি ডচিত কাম কৰা নাই৷ দেশখনে চীনৰ সৈতে ঐক্য্বদ্ধ হৈ কাম কৰ্বি লাগে৷ এইখিনিতে ডল্লেখ কৰ্বি পাৰি যে বিশ্ব স্বাস্থ্য সংস্থাক আমেৰিকা যুক্তৰাষ্ট্রই বিগত ষত ৪০ কোটি ডলাৰ সাহায্য দিছিল৷ ইয়াৰ বিপৰীতে চীনে ছৰি চাৰি কোটি ডলাৰহে সাহায্যৰূপে আগ্বঢ়ায়৷ এনে অৱস্থাত আমেৰিকাই পুঁজি আবণ্টন ন্ধ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা আর্থিকভাৱে সংকটত পৰাটো নিশ্চিত লিয়েই ক’ পাৰি৷ যাৰ ােব এতিয়া সংস্থাটোৱে অর্থৰ বিকল্প সন্ধানত নমাৰ সমান্তৰালকৈ অসন্তুষ্ট ড’নাল্ড ড্রাম্পক সৈমান কৰাৰ ােব ডঠিপৰি লাগিছে৷ অসহায় হু–ৰ মহাপ্র্বন্ধকগৰাকীয়্ সহযোগী ৰাষ্ট্রসমূহৰ পৰা অধিক পৰিমাণত পুঁজি যোগানৰ আহবান জনাবলৈ বাধ্য হৈছে ।

এটা কথা সকলোৰে অৱগত যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হোৱাৰ পৰাই চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত ভাইৰাছবিধৰ সৃষ্টিক লৈ শীতল যুদ্ধ আৰম্ভ হয়৷ আনকি, আমেৰিকাই ক’ৰোনা ভাইৰাছৰ পৰিৱর্তে ভাইৰাছবিধক চীনা ভাইৰাছ লিও অভিহিত কৰিছিল৷ আমেৰিকাৰ অভিযোগ মতে, ভাইৰাছবিধ চীনৰ পৰীক্ষাগাৰৰ সৃষ্টি৷ ইয়াৰ বিপৰীতে চীনে আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা চীনত ক’ভিড–১৯ৰ আমদানি ঘটোৱা লি অভিযোগ কৰাৰ লগতে আমেৰিকাই বিশ্বজুৰি চীনক দনাম আৰু আর্থিকভাৱে ক্ষতিগ্রস্ত কৰাৰ চক্রান্তত লিপ্ত হোৱা লি সময়ে সময়ে অভিযোগ কৰিছিল৷ অৱশ্যে তেতিয়ালৈকে আমেৰিকাই ভাইৰাছবিধক লৈ যিমান সতর্ক হোৱা ডচিত আছিল, সেই পৰিমাণত সতর্কতা প্রদর্শন নকৰি মূলতঃ চীনৰ সৈতে াক্যুদ্ধত সময় কটাইছিল৷ বিশ্ব স্বাস্থ্য সংস্থাকো আক্রমণৰ লক্ষ্য হিচাপে লোৱা নাছিল৷ কিন্তু আমেৰিকাত ক’ভিড–১৯ৰ ভয়াৱহতা দ্ধি পাবলৈ ধৰাত আমেৰিকাৰ সম্বিৎ ঘূৰি আহে৷ ভাইৰাছবিধে দেশখনক এপিনৰ পৰা গ্রাস কৰ্বিলৈ ধৰাত বিশ্বৰ স্বশক্তিমান ৰাষ্ট্রখন ভয় আৰু শংকাত কম্পমান হ’লৈ ধৰে৷ তেতিয়াৰ পৰাহে ৰাষ্ট্রখনে প্রকৃতার্থত হু–ৰ ভূমিকাক লৈ মূৰ ঘমাবলৈ আৰম্ভ কৰে৷ অৱশ্যে আর্থিক অনুদান ন্ধ কৰা লি ঘোষণা কৰি দিয়া ক্ত্ব্যত ৰাষ্ট্রপতি  ড্রাম্পে সৌভাগ্য্বশতঃ হু–ৰ পৰামর্শ বিচৰা নাছিল লি ডল্লেখ কৰি হু পূর্েবই চীনৰ সৈতে ভ্রমণ নিষিদ্ধ কৰা লি জনাইছিল৷ এইক্ষেত্রত আমেৰিকাৰ প্রধান অভিযোগ হ’ল, বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ হৈ পক্ষপাতিত্ব কৰিছে৷ মঞ্চখনে বিশ্ব্বাসীক ভুল পৰামর্শ দি বিপথে পৰিচালিত কৰিছে৷ সংস্থাৰ এনে পক্ষপাতিত্বৰ ােবই আজি ভাইৰাছবিধে বিশ্বখন গ্রাস কৰাৰ লগতে হু লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷  ড্রাম্পে এইক্ষেত্রত স্পষ্টকৈয়ে জনাইছিল যে চীনৰ এখন প্রদেশত যেতিয়া মহামাৰীবিধৰ ডদ্ভৱ হয়, বিশ্ব স্বাস্থ্য সংস্থাই প্রয়োজনীয় গুৰুত্ব দিয়া নাছিল৷ ইয়াৰ বিপৰীতে ৰাষ্ট্রখনক সুৰক্ষা দিয়াৰহে চেষ্টা চলাইছিল৷ তেওঁৰ মতে, স্বাস্থ্য সংস্থাই প্রথমেই যদি চীনলৈ বিশেষজ্ঞ প্রেৰণ কৰিলেহেঁতেন, চীনৰ স্বচ্ছতাৰ অভাৱক লৈ প্রশ্ণ ডত্থাপন কৰিলেহেঁতেন, আজি সমগ্র বিশ্বত ক’ৰোনাই এইদৰে মহামাৰীৰ ৰূপ পৰিগ্রহ কৰ্বি নোৱাৰিলেহেঁতেন৷ বিশ্বৰ অর্থনীতি এইদৰে খহি নপৰিলহেঁতেন৷ অৱশ্যে আমেৰিকাৰ াহিৰে বিশ্বৰ আন কেইবাখনো দেশে ভাইৰাছবিধৰ ক্ষেত্রত চীনৰ আচৰণক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে৷ এইক্ষেত্রত প্রথমে ইজৰাইলৰ নাম আহে৷ কিন্তু কোনেও বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে ইমান কঠোৰতা দেখুওৱা নাই৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্রৰ এই পদক্ষেপৰ বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকাক লৈ মুকলিকৈ সমালোচনা কৰা দেশৰ তালিকাখন দীঘল হ’ পাৰে৷ বিশ্বজুৰি সংকটৰ সংকটৰ সময়ত গোলকীয় সংগঠন এটা তেনে পৰিস্থিতিৰ সন্মুখীন হ’লগীয়া হোৱাটো মানৱৰ সুস্বাস্থ্যৰ ােব মুঠেও সুখকৰ কথা নহয়৷ কিন্তু এইক্ষেত্রত সংস্থাটোৰ ভূমিকাও সন্তোষজনক নহয়৷ চীনৰ পৰাই বিশ্বজুৰি সংক্রমণ ঘটা ভাইৰাছবিধৰ ডৎস, ইয়াৰ আঁৰত চীনৰ ভূমিকা আদিৰ বিষয়ে নিজাব্বীয়াকৈ সমীক্ষা চলাব লাগিছিল৷ কিন্তু প্রথম অৱস্থাত সংস্থাটোৱে লোৱা কেতেবাৰ পদক্ষেপে চীনৰ যুক্তিক প্রতিফলিত কৰাহে দেখা গৈছিল৷ এতিয়া আমেৰিকাই পুঁজিৰ যোগান ন্ধ কৰি দিয়াত সংস্থাটোৰ থৰকাছুটি হেৰাইছে৷ এইটো এটা গোলকীয় সংগঠনৰ পৰা বিশ্ব্বাসীয়ে কেতিয়াও কামনা নকৰে৷ সংস্থাটোৱে যথাসম্ভৱ সংকটটো মোচনৰ পদক্ষেপ ল’ লাগে ৷

You might also like