ই–পাছ বিচাৰি কেনেকৈ কৰিব আবেদন ? চাওক এই প্ৰতিবেদন-
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ গাইড লাইন অনুসৰি জিলা উপায়ুক্তৰ পৰা প্রয়োজনীয় ই–পাছ সংগ্রহ কৰিহে যাতায়াত কৰিব পাৰিব৷ চিকিৎসাজনিত কাৰণত চিকিৎসালয়লৈ যাবলগীয়া ব্যক্তি, লকডাউনৰ ফলত নিজৰ বাহনসহ আন স্থানত আবদ্ধ হৈ পৰা ব্যক্তিক ঘৰলৈ উভতি যোৱা তথা উদ্যোগীসকলে নিজৰ উদ্যোগ বা প্রতিষ্ঠানত শ্রমিক লৈ অহাৰ ক্ষেত্রতহে এই শিথিলতা প্রদান কৰা হৈছে৷ এইক্ষেত্রত তেওঁলোকে নিজৰ বাহন চলোৱাৰ বাবে সংশ্লিষ্ট উপায়ুক্তৰ ওচৰত ই–পাছ বিচাৰি ই–মেইল, হোৱাটছএপযোগে আবেদন কৰিব লাগিব৷ উপায়ুক্তই অনুমতি প্রদান কৰিলেহে তেওঁলোকে যাতায়াত কৰিব পাৰিব৷ উদ্যোগী বা ঠিকাদাৰসকলৰ যিসকলৰ নিজা ট্রাক বা বাছ আছে, তেওঁলোকে গৃহ মন্ত্রালয়ৰ গাইড লাইন অনুসৰি ২৫জনতকৈ অধিক লোক কঢ়িয়াব নোৱাৰিব৷ নিজা ট্রাক বা বাছ নাথাকিলে ভাৰাত তেনে বাহন ল’ব পাৰিব যদিও গৃহ মন্ত্রালয়ৰ গাইড লাইন সম্পূর্ণৰূপে পালন কৰিব লাগিব৷ ইয়াৰ বাবেও তেওঁলোকে ই–পাছৰ বাবে সংশ্লিষ্ট উপায়ুক্তৰ ওচৰত আবেদন কৰিব লাগিব৷
ই–পাছ বিচাৰি আবেদন কৰাৰ বাবে প্রতিখন জিলাৰ ক্ষেত্রত ই–মেইল আৰু হোৱাটছএপ নম্বৰ দিছে৷ বাগ্সা জিলাৰ ক্ষেত্রতhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 অথবাhttps://tinyurl.com/te9gsbi ই–মেইলত আৰু ৮০১১৩–৮৯৮৮৬ হোৱটছএপ নম্বৰত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
বৰপেটা জিলাৰ ক্ষেত্রতhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 ই–মেইলত আৰু ৯৪৩৫১–৫৫৫৪৯ হোৱটছএপ নম্বৰত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
বিশ্বনাথ জিলাৰ ক্ষেত্রতhttps://tinyurl.com/te9gsbi ই–মেইলত আৰু ৯৯৫৭৬–২৩২৯৯/৯৬৭৮৩–৭৮০৩৬ হোৱটছএপ নম্বৰত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
বঙাইগাঁও জিলাৰ ক্ষেত্রতhttp://covid 19.assam.gov.in ত ই–মেইল আৰু ৮৪৭৩৮–৪৩১১১ হোৱাটছএপ নম্বৰত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
কাছাৰ জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://cacharreport.clappia.com/dashboard আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৯৫৮৩–৭৩৫০৫৷
চৰাইদেউ জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttp://charaideo.gov.in আৰু হোৱাটছএপ নম্বৰ হৈছে ৭৮৯৬১–১৮৫৯৯৷ চিৰাং জিলাৰ ক্ষেত্রত হোৱাটছএপ নম্বৰ হৈছে ৭০০২১–২৮৪৪১৷
দৰং জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://eservices.assam.gov.in/direct Apply.do? service id1533 আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৮৬৪৭–২১১৫৯৷
ধেমাজি জিলাৰ ক্ষেত্রতhttps://eservices.assam.gov.in/direct Apply.do? service id1533 ই–মেইল আৰু হোৱাটছএপ নম্বৰ ৭০০২৬–২৫১০৯ত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
ধুবুৰী জিলাৰ ক্ষেত্রতhttp://epassdhubri.in ই–মেইল আৰু হোৱাটছএপ নম্বৰ ৯৪৩৫০–২৩৩০২/৯৪৩৫১–২০৫৬২ত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
ডিব্রুগড় জিলাৰ ক্ষেত্রতhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 অথবাhttps://dibrugarhpass.clappia ই–মেইলত অথবা হোৱাটছএপ নম্বৰ ৮১৩৬০–০২৬১৫ নম্বৰত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
ডিমা হাছাও জিলাৰ ক্ষেত্রতeservices.assam.gov.in ই–মেইলত আৰু হোৱাটছএপ নম্বৰ ৯৬৭৮০–১১৪৮৬ ত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
গোৱালপাৰা জিলাৰ ক্ষেত্রতhttps://tinyurl.com/te9gsbi ত ই–মেইল আৰু হোৱাটছএপ নম্বৰ ৯৪৩৫১–৫৬৭২২/৭০০২৭–৪৮৯১৩ত ই–পাছৰ বাবে আবেদন কৰিব লাগিব৷
গোলাঘাট জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৪৩৫১–৪০৮৪৩/৮৬৩৮২–৬৮৫৬৩৷
হাইলাকান্দি জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://hailakandi.gov.in আৰু হোৱাটছএপ নম্বৰ হৈছে ৭০৮৬০–৪৯১৬০৷
হোজাই জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৮৬৪০–৯৭৮৪৬/৯৬৭৮০–০২৭০৩৷
যোৰহাট জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৪৩৫১–০৯২৩২/৭০৮৬৯–৩১২২৮৷
কামৰূপ (মেট্র’) জিলাৰ ক্ষেত্রত ই–মেইল হৈছেkamrupmetro.assam.gov.in আৰু হোৱাটছএপ নম্বৰ হৈছে ৭০০২১–৯৭৮০২৷
কামৰূপ (গ্রাম্য) জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://covid 19.assam.gov.in আৰু হোৱাটছএপ নম্বৰ হৈছে ৮৭৬১৯–৪৩১২৩৷
কার্বি আংলং জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://tinyurl.com/te9gsbi আৰুhttps://eservices.assam.gov.in/citizen Application.html আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৯৫৭৫–৬৭০৫৫৷
কৰিমগঞ্জ জিলাৰ বাবে হোৱাটছএপ নম্বৰ হৈছে ৮২৮৭১–৭৫৭০০/৬০০১০–৮৭৮১৬৷ কোকৰাঝাৰ জিলাৰ বাবে ই–মেইলhttp://kokrajharpass.clappia.com আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৭১১৩–৮১১৯৭৷
লখিমপুৰ জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://lakhimpurpass.clappia.com/dashboard আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৭০৭৭–০৪৯৩২৷
মাজুলী জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 আৰু হোৱাটছএপ নম্বৰ হৈছে ৭৬৩৫৯–৬১৫২২/৯৯৫৭২–৬১৩০৩৷
মৰিগাঁও জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://covid 19.assam.gov.in আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৮৫৪৪–১০২১২/৯৩৬৫১–৩৯৫৪৫৷
নগাঁও জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://nagaonpass.clappia.com আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৫৪০৯–৯১০৩৩/৮৭২৪৯–১৫৪১৯৷
নলবাৰী জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৪৩৫১–০৯১১০/৬৯০০৫–৯৩০৩১৷
শিৱসাগৰ জিলাৰ ক্ষেত্রত ই–মেইল হৈছেsivsagar.nic.in আৰু হোৱাটছএপ নম্বৰ হৈছে ৮৮২২১–০৪৬৫৩৷
শোণিতপুৰ জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://sonitpur.gov.in/latest/e-pass-for-essential-services-during-lockdown period আৰু হোৱাটছএপ নম্বৰ হৈছে ৮১৭৯২–০১৩৮১/৯৪৩৫৩–৭১৬৭২৷
দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ ক্ষেত্রত হোৱাটছএপ নম্বৰ ৯৭০৭৩–৮৯৬৩৯৷
তিনিচুকীয়া জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://eservices.assam.gov.in/direct Apply.do? service id=1533 আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৯৫৭১–৭৭৪২৬৷
ওদালগুৰি জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://tinyurl.com/te9gsbi আৰু হোৱাটছএপ নম্বৰ হৈছে ৯৬৭৮৯–৪৩৪০২৷
পশ্চিম কার্বি আংলং জিলাৰ ক্ষেত্রত ই–মেইল হৈছেhttps://hamrenpass.clappia.com আৰু হোৱাটছএপ নম্বৰ হৈছে ৮০১১১–০০১০০৷
আনহাতে, যিসকল আবদ্ধ হৈ থকা লোকৰ নিজা বাহন নাই তেওঁলোকৰ ক্ষেত্রত চৰকাৰে কিছু নির্দিষ্ট পথত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ জৰিয়তে স্বগৃহলৈ উভতি যোৱাৰ ব্যৱস্থা কৰিছে৷