ৰাজ্যত পুনৰ ১৫ গৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ
নিয়মীয়া বাৰ্তা, ২৮ মেঃ ৰাজ্যত পুনৰ ১৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১১ গৰাকী কামৰূপ মহানগৰৰ, ৩ ডিব্ৰুগড় আৰু এগৰাকী লখিমপুৰৰ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি পায় ৷লগতে ৰাজ্যত সম্প্ৰতি ৭০৪ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷