নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ ফলাফল আজি ঘোষণা কৰা হয় ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল৷

আজি ঘোষণা হোৱা বিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে-

প্ৰথম স্থান

  • শীৰ্ষ স্থান দখল কৰিছে বৰপেটাৰ আনন্দ ৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশে লাভ কৰিছে সৰ্বমুঠ ৪৮৬ নম্বৰ।
দ্বিতীয় স্থান-

  • নায়িমা ফিৰ্দুচ বৰভূঞা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ- মুঠ নম্বৰ- ৪৮২।

তৃতীয় স্থান 

  • প্ৰীতপল বেজবৰুৱা, চাই বিকাশ একাডেমী, কামৰূপ মেট্ৰ- মুঠ নম্বৰ- ৪৮১।

চতুৰ্থ স্থান –

  • নিবিৰ ডেকা, আনন্দ ৰাম বৰুৱা একাডেমী,বৰপেটা। মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯
  • সাগৰ গোৱালা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯

পঞ্চম স্থান

  • আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৮

ষষ্ঠ স্থান 

  • অৰ্জুন বৰগোহাঁই, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ- ৪৭৭
  • আয়ুসী কাব্ৰা,চাই বিকাশ একাডেমী, কামৰূপ মেট্ৰ- মুঠ নম্বৰ- ৪৭৭
  • ব্ৰেনজীত্‍ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৭

সপ্তম স্থান 

  • শুভাশীষ ভৌমিক, গোৱালপাৰা কলেজ, গোৱালপাৰা- মুঠ নম্বৰ- ৪৭৬।
  • অম্লান জ্যোতি পেগু, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৬।
  • সৱনম গুঞ্জন বৰা, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৬।
  • বিভাস কাফলে,তেজপুৰ বেংগলী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ- মুঠ নম্বৰ- ৪৭৬।
  • অংশুমালী শৰ্মা, তেজপুৰ বেংগলী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ- মুঠ নম্বৰ- ৪৭৬।

অষ্টম স্থান 

  • মনিৰুল ইছলাম, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
  • চিন্ময় নাথ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
  • আমিশা সিং, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
  • হিমানজ্যোতি বৰগোহাঁই, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।

নৱম স্থান 

  • আছিফা নাজনীন, মাৰয়াম আজমল মহিলা কলেজ অৱ চাইন্স এণ্ড টেকন’লজি- হোজাই, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪
  • উত্‍পলৰাজ কেমপ্ৰাই, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪।
  • শিবানুজ বৰকটকী, অৰুণোদয় একাডেমী, শিৱসাগৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪।

দশম স্থান 

  • কুনাল তালুকদাৰ, আনন্দ ৰাম বৰুৱা একাডেমী, বৰপেটা, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
  • অভিজিত্‍ চৌধুৰী, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
  • ইফটিকাৰ আহমেদ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
  • অংকিতা শইকীয়া, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
You might also like