নিউ বঙাইগাঁও জংচনত গাঞ্জা জব্দ
- নিউ বঙাইগাঁও জংচনত গাঞ্জা জব্দ।
- ৰাণী কমলাপতি এক্সপ্ৰেছযোগে আগৰতলাৰ পৰা সৰবৰাহৰ চেষ্টা।
- নিউ বঙাইগাঁও জংচনত ক্ৰাইম ইণ্টেলিজেন্স ব্ৰাঞ্চৰ অভিযানত জব্দ হয় ৩৭ বেগ গাঞ্জা।
- ট্ৰেইনখনৰ S6 দবাৰ পানীৰ টেংকীত লুকুৱাই আনিছিল গাঞ্জাখিনি।
- বজাৰ মূল্য প্ৰায় ২৫লাখ টকা হব বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ৮ জুন