ৰাজ্যত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯৪৩৪ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ ৰাজ্যত পুনৰ ৪৭৯ জন লোকৰ দেহত ক’ৰোনা । যাৰ ভিতৰত ২৩৮ জন লোকেই হৈছে গুৱাহাটী মহানগৰীৰ ।
যাৰ পাছতে সমগ্ৰ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৯৪৩৪ জনলৈ বৃদ্ধি পাইছে ।
ইয়াৰে ভিতৰত ৬১০৬ গৰাকী লোক বৰ্তমান সুস্থ হৈ ঘৰলৈ উভতিছে ।
আনহাতে এতিয়াও ৩৩১১ জন লোক চিকিৎসাধিন হৈ আছে ।