নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰায় ১৮হাজাৰ, গুৱাহাটীত ৭,০৯৯জন

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি। দৈনন্দিন বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। মৃ্ত্যুৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি পাব ধৰিছে। মহানগৰীতো আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পাইছে। কোনো ধৰণৰ ভ্ৰমণসূচী নোহোৱাকৈ আক্ৰান্ত হৈছে বহুজন লোক। প্ৰতিখন জিলাতেই বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা ১৭,৮০৭জন আৰু সুস্থ হৈ উঠিছে ১১,৪১৬জন লোক। বৰ্তমানো সক্ৰিয় অৱস্থাত আছে ৬৩৪৮গৰাকী পজিটিভ ৰোগী। মৃত্য়ুৰ সংখ্যা ৪০জনলৈ বৃদ্ধি।

You might also like