নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং জামদহাত অঘটন

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ আই নৈৰ সুঁতিত পানীত ডুবি সন্ধানহীন এজন যুৱক । যুৱকজন ১ নং জাৰাগুৰীৰ বৰ্ণাত্য চৈতন্য আৰ্য(২১) । আই নৈৰ বলিয়া বানত গৃহহীন হৈ যুৱকজনৰ পৰিয়ালে ২ নং জামদহাৰ পথৰ ওপৰতে আশ্ৰয় লৈ আছে। আই নৈৰ সুঁতিত ৩ বন্ধুৰ সৈতে গা-ধুই থাকোঁতে সুঁতিৰ পানীত ডুবি সন্ধানহীন হৈ পৰে যুৱকজন। যুৱকজনৰ সন্ধানত নামি পৰিছে স্থানীয় ৰাইজ।

You might also like