নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

MMCHত শিশু ক’ভিড সেৱা কেন্দ্ৰ মুকলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ MMCHত মুকলি কৰে বাগ্ৰী শিশু ক’ভিড সেৱা কেন্দ্ৰ। ৰাজ্যত শিশুসকলো আক্ৰান্ত হৈছে ক’ৰোনাত। ১লাখৰ ঘৰ অতিক্ৰম কৰিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যাই। এই বাৰ্ডত আছে ৫৫খন বিচনা

You might also like