FACEBOOK-এ পুনৰ মুকলি কৰি দিলে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ’
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ আজমলৰ সমৰ্থকে শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত ইয়াৰ ভিডিঅ’ দিয়াতো সৃষ্টি হৈছিল বিতৰ্ক। ড০ শৰ্মাই আপলোড কৰা ভিডিঅ’টো ফেচবুকে বন্ধ কৰি দিছিল। ফেচবুকে information-Checked by independent fact checkers টেগ লগাই বন্ধ কৰিছিল ভিডিঅ’টো। বৰ্তমান ফেচবুকে পুনৰ মুকলি কৰি দিছে ভিডিঅ’টো।