নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেছি বয়সত মাতৃ হ’লে, সন্তান ভাল মানুহ হয়ঃ সমীক্ষা

বহু লোকে ভাৱে যে বয়সত মাতৃ হোৱাৰ ফলত বহুতো সমস্যা হ’ব পাৰে। বিশেষকৈ ৪০ পাৰ কৰিলেই একাধিক ৰোগে চাপ পেলাই বয়সত। ফলস্বৰূপে, শিশুটিক বেছি মনোযোগ দিব নোৱাৰি। কিন্তু, এইক্ষেত্রতো এটা ভাল দিশ আছে।

অধ্যয়নত কোৱা হৈছে যে মাতৃসকলে তেওঁলোকৰ সন্তানক বেছি বয়সত ভালদৰে ডাঙৰ-দীঘল কৰে। ডেনমাৰ্কৰ আৰহাছ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত এনে তথ্য প্ৰকাশ পাইছিল। দেখা গৈছে যে যিসকলে ৩৫ বছৰৰ পিছত যিসকল মহিলা মাতৃ হয়, তেওঁলোকে তেওঁলোকৰ সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃ মাস্কৰ আৱৰণত সুন্দৰী যুৱতী; প্ৰসাধন সামগ্ৰীৰ দোকানত নাই বিক্ৰী

দেখা গৈছে যে ৩০ বছৰৰ আগতে সন্তান হোৱাৰ সময়ত মাতৃগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন হয়। কেতিয়াবা কঠোৰ আচৰণ প্ৰদৰ্শন কৰে। কিন্তু বয়সৰ মাতৃসকলে ইমান কঠোৰ হ’ব নোৱাৰে। ফলস্বৰূপে, শিশুৱে মাতৃৰ যত্ন ল’ব পাৰে আৰু লগতে তেওঁলোকৰ মনৰ কথাও ক’ব পাৰে।

You might also like