ৰঙিয়াৰ এখন বিশেষ বজাৰত কিয় গ্ৰাহকৰ ভিৰ?
নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ সমাগত ভোগৰ উৎসৱ ভোগালী। ৰাজ্যবাসী ব্য়স্ত এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ । এই সময়তে ৰঙিয়াত প্ৰথম বাৰৰ বাবে ভোগালী বিহু উপলক্ষে এখন বিশেষ বজাৰৰ আয়োজন কৰা হৈছে। এই বিশেষ বজাৰ খন হৈছে মহিলাৰ বজাৰ। কেৱল মহিলা বিক্ৰেতা থকা এই ব
জাৰ খনত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা নিজে উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে উচিত মূল্যত গুণগত মানৰ সামগ্ৰী পোৱা যায় বাবে বজাৰখনৰ চাহিদা বৃদ্ধি পাইছে।