নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোনেচিয়াত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পঃ ছুনামিৰ সতৰ্কবাণী জাৰি

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ মঙলবাৰে ৰাতিপুৱা অহা এটা ডাঙৰ ভূমিকম্পত কঁপি উঠিল ইন্দোনেচিয়া। ৭.৩ প্ৰাবল্যৰ ভূমিকম্পটোৰ পাছতে ছুনামিৰ আশংকাত দেশখনত জাৰি কৰা হৈছে সতৰ্কবাণী। অৱশ্যে এতিয়ালৈ কোনো লোক হতাহত হোৱা নাই যদিও আহত হৈছে বহুজন।

উল্লেখ্য যে ২০০৪ চনত অহা ৯.১ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছুনামিয়ে ধ্বংসলীলা চলাইছিল ইন্দোনেচিয়াত।

You might also like