নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বকালৰ সকলো অভিলেখ ভংগ ৰত্নাকৰৰঃ এমাহত ৯ কোটি ২০ লাখৰ উপাৰ্জন

নিয়মীয়া বাৰ্তা , ১৬ নৱেম্বৰঃ অসমীয়া ছবিজগতৰ সুদিনতেই ৰত্নাকৰে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ । ষষ্ঠ সপ্তাহত ভৰি দিয়া ৰত্নাকৰে কাঞ্চনজংঘা আৰু অসমত বাহুবলীৰ অভিলেখ ভংগ কৰিছে । বৰ্তমানলৈকে মুঠ ৯ কোটি ২০ লাখ টকাৰ উপাৰ্জন কৰিছে ৰত্নাকৰে । উল্লেখ্য যে, যতীন বৰাৰ ৰত্নাকৰে ষষ্ঠ সপ্তাহত ভৰি দিয়াৰ পাছতো ২০ টা ছবিগৃহত সগৌৰৱে ৩০ টা দৰ্শনী চলি আছে ।

You might also like