নিয়মীয়া বাৰ্তা, ৭ মে’ : অসমত পুনৰ চাৰিগৰাকীৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ । বুধবাৰে কাছাৰত পোহৰলৈ অহা ৰোগীজনৰ সৈতে একেখন বাছতে ৰাজস্থানৰ পৰা আহিছিল এই চাৰিজন ব্যক্তি ।
Alert ~ 4 persons, who took the same bus from Rajasthan in which the Cachar dist #COVID19 + person travelled, have tested positive too.
↗️Total #COVID19 patients in Assam now stands at 49.
↗️Active cases 14
↗️Discharged 34
↗️Death 1Update at 9.30 pm / May 7#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) May 7, 2020
বৰ্তমান অসমত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪৯ গৰাকী । ইয়াৰে এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে ৩৪ গৰাকীকৈ লোকক । বৰ্তমান অসমত মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৪ গৰাকী ।