- ১ ম পৰ্যায়ৰ লকডাউনৰ অন্তত আজি প্ৰধানমন্ত্ৰীৰ সম্বোধন
- আমি এতিয়া কি কৰিম ৰাজ্যসমূহৰ লগত আলোচনা হৈছে
- সকলো ৰাজ্যই লকডাউন বৃদ্ধিৰ প্ৰস্তাৱ দিছে
- কোনো লোকৰ যাতে ক্ষতি নহয় সেয়া গুৰুত্বপূৰ্ণ
- যাৰ বাবে ৩ মে লৈকে বৃদ্ধি কৰা হৈছে লকডাউন
- এই সন্দৰ্ভত নিৰ্ধাৰিত গাইডলাইন শীঘ্ৰে প্ৰকাশ কৰা হ’ব
- পূৰ্বতকৈ অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব
- তাৰ পাছত হে কিছু লাঘৱ কৰাৰ সিদ্ধান্ত
- ২০ এপ্ৰিললৈ ৰাজ্যৰ সকলো অঞ্চলত কঠোৰ সতৰ্কতা থাকিব
- নতুন HOTSPOT হোৱাটো আমি নিবিচাৰো
- ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখক
- কাকো চাকৰিৰ পৰা নুলিয়াব
- সকলো স্বাস্থ্যকৰ্মীক সমৰ্থন কৰক
- গৃহ মন্ত্ৰালয়ে শীঘ্ৰে জাৰি কৰিব নিৰ্দেশনা
- প্ৰত্যেকেই ঘৰতে প্ৰস্তুত কৰা মাস্ক পিন্ধক
- ঘৰৰ কাষৰ দৰিদ্ৰ লোকক সহায় কৰক
- জৰুৰীকালিন সেৱাৰ লোকক সন্মান কৰক
- এতিয়াৰ দৰেই সকলোৱে পালন কৰিব লাগিব লকডাউন