নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব৷ হনুমানক পূজা কৰক৷ পানীৰ পৰা সাৱধান৷ ভ্রমণত শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷
বৃষ: আর্থিক লাভ বৃদ্ধি৷ ধৈর্য, সাহসী আৰু মেধাৱী দিশ প্রকাশ পাব৷ কর্মসংস্থাপনৰ বাট মুকলি৷ গেৰুৱা শুভ ৰং৷ শুভ সংখ্যা ২৷
মিথুন: কর্মস্থানত শুভ৷ খৰচ বৃদ্ধি৷ প্রেমত শুভ৷ মনৰ অস্থিৰতা বৃদ্ধি৷ ঘৰুৱা চিন্তা বৃদ্ধি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৬৷
কর্কট: ধৈর্যৰ সুফল পাব৷ কোনো আত্মীয়ৰ সু–সংবাদ পাব৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
সিংহ: আর্থিকত নতুন সুযোগৰ আশা৷ শৰীৰৰ প্রতি যত্ন লওক৷ গণেশক মিঠাই দি পূজা কৰিব৷ বন্ধুৰ পৰা উপকৃত হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কন্যা: দূৰ ভ্রমণৰ যোগ৷ সু–সংবাদ লাভ কৰিব৷ কর্মস্থানত মধ্যম৷ বাঞ্ছিত কামত অগ্রগতি বৃদ্ধি৷ সেউজীয়া শুভ ৰং৷ শুভ সংখ্যা ৮৷
তুলা: শাৰীৰিক উন্নতি৷ যোগ্য ব্যক্তিৰ মান–সন্মান বৃদ্ধি৷ ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি৷ কর্মক্ষেত্রত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
বৃশ্চিক: কর্মস্থানত শুভ৷ পাৰিবাৰিক কিছু সমস্যা থাকিব৷ বিদ্যাত মধ্যম৷ আর্থিকত ব্যয়৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷
ধনু: ব্যৱসায়ীসকলৰ শুভ৷ পাৰিবাৰিক দুর্ভাৱনা থাকিব পাৰে৷ আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ ভ্রমণত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
মকৰ: মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি৷ ব্যৱসায়–বাণিজ্যত মধ্যম৷ বেঙুনীয়া শুভ ৰং৷ শুভ সংখ্যা ৯৷
কুম্ভ: হঠাৎ অর্থ লাভ কৰিব পাৰে৷ বন্ধুৰ পৰা উৎসাহ পাব৷ দাম্পত্যত বুজাবুজিৰ অভাৱ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৪৷
মীন: ব্যৱসায়ত শুভ৷ ঘৰুৱা কাম–কাজৰ লগতে নতুন চিন্তাত সুফল পাব৷ প্রেমত শুভ৷ শৰীৰৰ প্রতি যত্ন লওক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷

You might also like