খেলো ইণ্ডিয়া য়ুথ গেমছৰ বিভিন্ন খেল আৰু স্থানসমূহৰ বিষয়ে জানো আহক-
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’৷ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হ’ব এই ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত ।
য়ুথ গেমছৰ ইভেণ্ট আৰু ভেন্যুসমূহ চাও আঁহক-
