নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত ক’ৰোনা ভাইৰাছৰ আতংক!

নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰোনা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰা সময়তে তিতাবৰৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ খবৰ।তিতাবৰৰ ঠেঙাল ভৱনত নৈশ যাপন কৰিছিল আমেৰিকাৰ এহাল দম্পত্তিয়ে আৰু এই দম্পত্তিয়ে তিতাবৰৰ ঠেঙাল ভৱনত ২২ ফেব্ৰুৱাৰীত নিশা কটাই ২৩ফেব্ৰুৱাৰী দিনা মাজুলীলৈ ৰাওনা হৈছিল।।তাৰ পাছতে তেওঁলোকে কেইবা ঠাইতো ভ্ৰমণ কৰাৰ পাছত ভূটানলৈ গৈছিল আৰু।দম্পত্তি হাল তিতাবৰৰ ঠেঙাল ভৱনৰ এক নম্বৰ কোঠাত আছিল বৰ্তমান তেওঁলোক থকা কোঠাটো বন্ধ কৰি থোৱা হৈছে।বৰ্তমান আতংকই বিৰাজ কৰিছে তিতাবৰ ঠেঙাল ভৱন।

You might also like