নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ অসমসহ ৫খন ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ গঠনৰ বাবে আয়োগ গঠন কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ৰ। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠন কৰা হৈছে ৩জনীয়া আয়োগ। এবছৰৰ বাবে গঠন কৰা এই আয়োগৰ আনদুজন সদস্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰা আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত।
Prev Post
Next Post