নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলকতে আজিৰ দিনটো-

  • আজি মঙলবাৰ
  • অসমীয়া তাৰিখ অনুসৰি ২ আঘোণ, ১৯৪১ শক
  • ইংৰাজী তাৰিখ অনুসৰি ১৯ নৱেম্বৰ, ২০১৯ চন
  • ১৯৮২ চনত উত্তৰ-পূৰ্বাঞ্চলত টেলিভিছন সম্প্ৰচাৰ
  • ১৮২৮ ত ঝাঁচীৰ ৰাণী লক্ষ্মীবাঈৰ জন্ম
  • ১৯১২ ত চিকিৎসাৰ ন’বেল বঁটা বিজয়ী জৰ্জ এমিল পালাডেৰ জন্ম
  • ১৯৬৯ ত দ্বিতীয়বাৰৰ বাবে মানৱৰ চন্দ্ৰত পদাৰ্পণ
  • ১৯১৭ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম
You might also like