পুনৰ ৬৮জন লোকৰ শৰীৰত ক’ভিড
নিয়মীয়া বাৰ্তা, ১২জুনঃ ৰাজ্যত পুনৰ ৬৮জন লোকৰ শৰীৰত কভিড। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনালে এই তথ্য। আনহাতে আজিৰ দিনটোতেই ক’ৰোনা আক্ৰান্ত ২জন লোকৰ মৃত্যু হয়।
?Alert ~ 68 new #COVID19+ cases reported in Assam today.
↗️Total cases 3498
↗️Recovered 1537
↗️Active cases 1950
↗️Deaths 087:15 PM /June 12/Day’s total 68#AssamCovidCount pic.twitter.com/FybuXRKfsP
— Himanta Biswa Sarma (@himantabiswa) June 12, 2020