নিয়মীয়া বাৰ্তা, ১২জুনঃ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ ৮ম জন লোকৰ মৃত্যু। মৃত লোকজনৰ নাম মণ্টু ৰামচিয়াৰী। ৫০ বছৰীয়া লোকজনৰ ঘৰ বাক্সাত বুলি জানিব পৰা গৈছে। কভিডত আক্ৰান্ত হোৱাৰ পাছত GMCHত ভৰ্তি কৰোৱা হৈছিল লোকজনক। আজি দিনটোতেই দুগৰাকীকৈ ক’ৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হয়। শিলচৰ মেডিকেল কলেজতো মৃত্যু হয় এগৰাকী মহিলাৰ।
Prev Post
Next Post