বড়ো শান্তি চুক্তিৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
অসমৰ অখণ্ডতা ৰক্ষাৰ বাবেহে এই চুক্তি
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- বড়ো শান্তি চুক্তিৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ
- বড়ো চুক্তিৰ বাবে অসমত কোনো বিভাজন নহয়
- এই চুক্তিৰ দ্বাৰা কোনো কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা নহয়
- অবিভক্ত শোণিতপুৰ জিলাৰ কোনো অংগই বিটিছিত সন্নিবিষ্ট কৰা নহয়
- ৰঙাপাৰা, ঢেকীয়াজুলিকে ধৰি বহু অঞ্চল বড়োলেণ্ডৰ অন্তভুৰ্ক্ত হ’ব বুলি ওলোৱা বাতৰি তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়
- এই চুক্তিখনে অসমৰ ভৌগলিক অখণ্ডতা বজাই ৰাখিব
- ইয়াত কোনো নতুন গাঁও বা নতুন অঞ্চল সন্নিবিষ্ট নহয়
- ৰাইজক উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ
- বড়ো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ জড়িয়তে অসমৰ অখণ্ডতা ৰক্ষাৰ বাবেহে এই চুক্তি কৰা হ’ব
- প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসমবাসীৰ ক্ষতি হোৱাকৈ কোনো ধৰণৰ চুক্তি নকৰে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ