নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-শ্ৰীলংকাৰ খেল উপভোগ কৰিবলৈ যোৱাৰ পূৰ্বে মন দিয়ক এই চাৰিটা কথা…

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ আজি বৰ্ষাপাৰাত অুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন টি-২০ মেচ । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচখনক লৈ ইতিমধ্যে ৰাজ্যজুৰি ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎসা–উদ্দীপনা বিৰাজ কৰিছে ৷

পিচে খেল উপভোগ কৰিবলৈ যোৱাৰ মন মেলিছে যদি ষ্টেডিয়ামলৈ যোৱাৰ পূৰ্বে মন দিয়ক এই কেইটা কথা…

  • দৰ্শকৰ বাবে বিয়লি ৪ বজাত খুলিব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ
  • ষ্টেডিয়ামৰ ভিতৰত বেনাৰ, পোষ্টাৰ, প্লেকার্ড, স্কেচ্চ পেন, মার্কাৰ আৰু পেঞ্চিল নিষিদ্ধ
  • দৰ্শকে ভিতৰলৈ নিব পাৰিব মাথোঁ ম’বাইল-মানীবেগ
  • দর্শকে ষ্টেডিয়ামৰ ভিতৰত খাদ্য আৰু খোৱাপানী লাভ কৰিব
You might also like