নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ দৰগাহ শ্বৰীফত চোৰৰ সিন্ধি

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ বুধবাৰে নিশা মৰিগাঁও জিলাৰ দন্দুৱাৰ দৰগাহ শ্বৰীফত চোৰে চলালে লুট-পাত । ৪০০ বছৰ পুৰণি এই দৰগাহ শ্বৰীফত সিন্ধি খান্দি চোৰে লুটি লৈ গ’ল দানপাত্ৰৰ লগতে অৰিহণা । ১৬৭২ চনতে স্থাপিত এই দৰগাহ আছিল অঞ্চলটোৰ হিন্দু-মুছলমান সকলোৰে আস্থাৰ স্থলী ।

You might also like