নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদীয় ষ্টেণ্ডিং কমিটীৰ গুৱাহাটী ভ্ৰমণ স্থগিত

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ গৃহ মন্ত্ৰণালয়ৰ সংসদীয় ষ্টেণ্ডিং কমিটীৰ শ্বিলং আৰু গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী স্থগিত ৰখা হৈছে । সংবিধান (১২৫ সংখ্যক সংশোধন) বিধেয়ক ২০১৯ ৰ বাবে অহা ১৮-২১ ডিচেম্বৰলৈ কমিটীয়ে ভ্ৰমণ কৰাৰ কথা আছিল । ৰাজ্যৰ পাৰ্বত্য উন্নয়ন আয়ুক্তই এই কথা সদৰী কৰিছে ।

You might also like