নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্য বিবাহিত কইনাই পাব এতোলাকৈ সোণ

২০২০ৰ পৰা কাৰ্যকৰী হব অৰুন্ধতী আঁচনি

  • দিছপুৰত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ সংবাদমেল
  • কেবিনেট বৈঠক সন্দৰ্ভত সংবাদমেল
  • বৈঠকত গৃহীত ‘অৰুন্ধতী আঁচনি’
  • সদ্য বিবাহিতা কইনাক দিয়া হ’ব এতোলাকৈ সোণ
  • বিবাহ পঞ্জীয়ন হ’লে কইনাই পাব এতোলাকৈ সোণ
  • এই আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব ৮০০কোটি টকা
  • সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্ৱ শৰ্মাৰ
  • বিবাহ পঞ্জীয়ন হ’লে ১৮ বছৰৰ তলত বিয়া দিব নোৱাৰিব
  • এই ব্য়বস্থাই বাল্যবিবাহৰ পৰম্পৰা নোহোৱা কৰিব
  • ২০২০ৰ ১ জানুবাৰীৰ পৰা কাৰ্যকৰী হ’ব এই আঁচনি
  • ২০২০ৰ ফেব্ৰুৱাৰীৰ পৰা হিতাধিকাৰীয়ে পাব সোণ
  • প্ৰথম হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব
  • মেট্ৰিক পাছ নকৰাসকলে নাপাব এই সুবিধা
  • দৰা-কইনা উভয়ে মেট্ৰিক পাছ কৰা হ’ব লাগিব
  • চাহবাগিচা-আদিবাসীৰ বাবে শিক্ষাগত অৰ্হতা নালাগে
  • বাৰ্ষিক আয় ৫লাখৰ তলৰ পৰিয়ালে পাব এই সুবিধা
  • আঁচনিৰ সুবিধা পাবলৈ স্পেছিয়েল মেৰিজ এক্ট ১৯৫৪ৰ অধীনত পঞ্জীয়ন হ’ব লাগিব
  • ২০২০ৰ ফেব্ৰুৱাৰীৰ পৰা হিতাধিকাৰীয়ে পাব সোণ
You might also like