নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি । ৬.১৭ বজাত সৃষ্টি হয় এই জোকাৰণি । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ কোনো তথ্য অহা নাই যদিও ক্ষতিৰ আশংকা কৰা হৈছে ।

You might also like