নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমা হাছাওত ডি এন এল এৰ ১৮২জন কেডাৰ মূলসুঁতিলৈ

🔹 মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উপস্থিতিত হাফলঙত অস্ত্ৰ সম্বৰণ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : ডিমা হাছাওত আজি এদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উপস্থিতিত হাফলঙৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত আজি ১৮২জন ডি এন এল এৰ কেডাৰে অস্ত্ৰ সম্বৰণ কৰে। ডি এন এল এৰ ১৮২জন কেডাৰে আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উপস্থিতিত মূলসুঁতিলৈ উভতি আহে। উক্ত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মন্ত্ৰী পীয়ূষ হাজৰিকাও উপস্থিত থাকে।

You might also like