নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: ব্যৱসায়–বাণিজ্যত মাধ্যম৷ অর্থ হানি হ’ব পাৰে৷ পাৰিবাৰিক শুভ৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷
বৃষ: শৰীৰত কিছু বিষ অনুভৱ হ’ব পাৰে৷ কর্মৰ যোগেদি নিজৰ লক্ষ্য স্থিৰ কৰিব পাৰিব৷ পাৰিবাৰক মাধ্যম৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
মিথুন: দিনটো মাধ্যম৷ নতুন সম্পত্তি ক্রয় কৰিব পাৰিব৷ সামাজিক আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ কিছু মনৰ অস্থিৰতা বাঢ়িব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷
কর্কট:  অযথা খৰচে আর্থিক প্রভাৱ পেলাব৷ আত্মীয়ৰ পৰা অপমানিত হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম৷ গুলপীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷
সিংহ: পুৰণি বন্ধুৰ সহানুভূতিয়ে আনন্দিত কৰিব৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ সম্পত্তি ক্রয়ৰ যোগ আছে৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কন্যা: অর্থ লাভৰ যোগ আছে৷ মানসিক শান্তি স্থিতি বজাই ৰাখক, হালধীয়া ৰং ব্যৱহাৰ কৰক৷ কর্মক্ষেত্রত আশাৰ সঞ্চাৰ হ’ব৷ ভ্রমণৰ যোগ আছে৷ শুভ সংখ্যা ৩৷
তুলা: স্বাস্থ্যৰ ক্ষেত্রত যত্ন লওক৷ প্রেমত মধ্যম৷ কর্মত শুভ৷ পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ অভিজ্ঞ ব্যক্তিৰ সংগই আনন্দিত কৰিব৷ শুভ ৰং বাদামী৷ শুভ সংখ্যা ৯৷
বৃশ্চিক: কর্মক্ষেত্রত কঠোৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আর্থিকত লাভৱান হ’ব৷ ভ্রমণ শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷
ধনু: ব্যক্তিগত জীৱন আৰু পাৰিবাৰিকত শুভ৷ হঠাৎ অহা সংবাদে আনন্দিত কৰিব৷ শত্রু বাঢ়িব৷ স্বাস্থ্য মাধ্যম৷ শুভ ৰং আকাশী৷ শুভ সংখ্যা ৩৷
মকৰ: কর্মস্থানত ব্যস্ততা বাঢ়িব৷ লক্ষ্য স্থিৰ কৰাত সুফল পাব৷ আর্থিক পৰিস্থিতিত স্বাভাৱিক৷ অত্যধিক খৰচ নকৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
কুম্ভ: চৰকাৰী চাকৰি কৰাসকল অধিক লাভৱান হ’ব৷ মূৰৰ বিষৰ কাৰণে কষ্ট পাব আর্থিক সম্পত্তি লাভ কৰিব৷ শুভ ৰং বেঙুণীয়া৷ শুভ সংখ্যা ৭৷
মীন: বহুত দিনৰ মূৰত শাৰীৰিক আৰু মানসিক শান্তি লাভ কৰিব৷ পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’ব৷ নতুন কর্মৰ সুযোগ পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷

You might also like