নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰৰ পাটৰকুছিত ৰাজপথত বাগৰিল ৰন্ধন গেছভৰ্তি টেংকাৰ

বিশেষ বাৰ্তা, ৭ জুনঃ সোণাপুৰৰ পাটৰকুছিত ভয়ংকৰ ঘটনা। ৰাজপথত বাগৰিল ৰন্ধন গেছভৰ্তি টেংকাৰ। দুৰ্ঘটনাগ্ৰস্ত গেছ পৰিবাহী বাহনৰ অহৰহ নিৰ্গত হৈছে গেছ। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা। ইফালে টেংকাৰখনৰ কাষেৰে অহা-যোৱা কৰি আছে বিভিন্নজন। যাৰ বাবে যিকোনো সময়তে হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। ইফালে ঘটনাস্থলীত আৰক্ষী-অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিত পৰ্যবেক্ষণ। দুৰ্ঘটনাটোত আহত হৈছে ৩জনকৈ লোক। আনহাতে এজনৰ অৱস্থা সংকটজনক।

You might also like