বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ
✅অংকিতা দত্তক ছবছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কাৰ।
✅দলীয় বিধি অনুসৰি এই অনুশাসন আৰোপ কৰা বুলি প্ৰকাশ।
✅যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ বিৰুদ্ধে অনা অশালীন ব্যৱহাৰ আৰু লিংগবৈষম্যৰ অভিযোগৰ পিছতেই ব্ৱস্থা।
✅দিছপুৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল অংকিতাই।
✅তাৰ পিছতেই দলীয় অনুশাসন ভংগৰ অপৰাধ ছবছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হয় অংকিতাক।