নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTC নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব BJP-এ

নিয়মীয়া বাৰ্তা, ৩ নবেম্বৰঃ আগন্তুক বিটিছি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে। এই দাবী বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। বিজেপি চৰকাৰেখনে সকলো প্ৰকাৰৰ লোককে স্পৰ্শ কৰিছে। গতিকে এতিয়া আমি সকলোৰে আৰ্শীবাদ লৈ আগবাঢ়িব লাগিব। ২৬গৰাকী প্ৰাৰ্থী আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰিম। ইয়াৰ লগতে হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

You might also like