বাতিল হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা
নিয়মীয়া বাৰ্তা ১৮ জুনঃ বাতিল হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা । পৰীক্ষা। কভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত। অহা ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হব। বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক। আছু, এবছু, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগৰ মাজত অনুষ্ঠিত হৈছিল বৈঠক। কৰোনা পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে স্বাস্থ্য বিভাগে নিদিলে অনুমতি। এই বৈঠকত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।
আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে