নিয়মীয়া বাৰ্তা ডিজিটেল, ১২মাৰ্চঃ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব তালিকা আজি প্ৰকাশ কৰে কংগ্ৰেছে। সেই অনুসৰি, কোকৰাঝাৰত গৰ্জন মুছাহাৰী, ধুবুৰীত ৰকিবুল হুছেইন, বৰপেটাত দীপ বায়ন, দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী, গুৱাহাটীত মীৰা বৰঠাকুৰ, ডিফুত জয়ৰাম ইংলেং, কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী, শিলচৰত সূৰ্যকান্ত সৰকাৰ, নগাঁৱত প্ৰদ্যুত বৰদলৈ, কাজিৰঙাত ৰোজলীনা তিৰ্কী, শোণিতপুৰত প্ৰেমলাল গঞ্জু আৰু যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে।
You might also like