বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অৱশেষত গ্ৰেপ্তাৰ হল ডিএছপি পুষ্কল গগৈ। চিআইডিৰ তিনি দিনৰ জেৰাৰ অন্তত বিতৰ্কিত ডিএছপি পুষ্কল গগৈক গ্ৰেপ্তাৰ কৰা হয়। বজালীৰ চুপাৰি মাফিয়াক ধন দাবীত গ্ৰেপ্তাৰ হৈছে এইগৰাকী পুষ্কল গগৈক। উল্লেখ্য যে বজালীৰ অৰ্থনৈতিক অপৰাধ গোচৰৰ অন্যতম অভিযুক্ত পুস্কল গগৈ । আৰু বহুতো শীৰ্ষ আৰক্ষী বিষয়াক আজি জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
Next Post
You might also like