নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ‘ : অৱশেষত চকী গল ভূপেন বৰাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসন এৰিব লগা হল ভূপেন বৰাই। ভূপেন কুমাৰ বৰাৰ স্থলাভিষিক্ত কৰা হল যোৰহাটৰ সাংসদ গৌৰৱ গগৈক।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত হল গৌৰৱ গগৈ। AICCএ জাননীযোগে সদৰী কৰিলে এই কথা। ৩ গৰাকী নেতাক কাৰ্যকৰী সভাপতিৰূপে নিযুক্তি।

কাৰ্যকৰী সভাপতিকেইগৰাকী হল প্ৰদীপ সৰকাৰ, ৰোজলীনা তিৰ্কী আৰু জাকিৰ হুছেইন শিকদাৰ।

You might also like